মধূমেহ ৰোগী য়ে কি কি খাব লাগে
- তিতা কেৰেলা
- পিয়াজ
- বীন
- বেঙেনা
- আদা
- পদিনা
- মূলা
- গাজৰ
- বিলাহী
- নেমূ
- পালেং শাক
- ধনিয়া
- ফুলকবি
- মেথি
- চেনী নিদিয়া চাহ
- নহৰু
মধুমেহ ৰোগী য়ে কি কি খাব নালাগে
- আনাৰস
- তৰমুজ
- দৈ
- আংগুৰ
- চেনী্
- জেলী
- মিথাই
- আলু
- গুৰ
- চোকোলেট
- হৰলিক্স
- বোৰ্ণভিতা
- শুকান ফল মুল
- আম
- কল